fbpx
অসমীয়াৰাশিফল

চাওক আপোনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ৭ জুন, মঙলবাৰ

মেষ ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। ব্যবসায়ত বন্ধুৰ সহায়ে আজি আপোনাক লাভাম্বিত কৰিব পাৰে। দীৰ্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব। পত্নীৰ সৈতে ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে।

বৃষ ৰাশি- আজি আপোনাৰ দিনটো ব্যস্ততাৰে ভৰি থাকিব। ব্যৱসায়ত মনোযোগ দিয়ক। আজি আপুনি ধনৰ লেনদেনৰ পৰা আঁতৰি থাকক। আজি আপুনি আত্মীয় জনৰ মনত আঘাত লগা কাম নকৰিব। ৰাজনীতিৰ সৈতে সৈতে জড়িত হৈ থকা সকলৰ বাবে দিনটোত বাধা থাকিব পাৰে। পত্নীৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক। মাতৃৰ স্বাস্থ্যই আজি আপোনাক চিন্তিত কৰিব পাৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

মিথুন ৰাশি- আজি আপোনাৰ বাবে দিনটো লাভজনক প্ৰমাণিত হ’ব। দীৰ্ঘদিনীয়া অৰ্ধসম্পূৰ্ণ কাম আজি সম্পূর্ণ হ’ব। পৰিয়ালৰ প্ৰতি সৎভাৱ বৃদ্ধি পাব। বাহন ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে। পিতৃ-মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। সন্তানৰ পৰা এটি সুখবৰ লাভ কৰিব পাৰে। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব।

কৰ্কট ৰাশি- আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। ব্যৱসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। দীৰ্ঘদিন ধৰি চলি থকা আইনী প্ৰক্ৰিয়া আজি সমাধান হ’ব। ঘৰত ধৰ্মীয় অনুষ্ঠান থাকিব পাৰে। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ অভিজ্ঞ জনৰ পৰামৰ্শ লওক। মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

সিংহ ৰাশি- আজি আপোনাৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব। অত্যাধিক খং পৰিহাৰ কৰক। বাৰ্তালাপৰ সময়ত সাৱধান হওক। আজি আপুনি ধনৰ লেনদেনৰ পৰা আঁতৰি থাকক। ব্যৱসায়ত মনোযোগ দিয়ক নহ’লে লোকচানৰ সন্মুখীন হ’ব পাৰে। শিক্ষাৰ্থীসকলে যত্ন কৰিলে সুফল লাভ কৰিব। পত্নীৰ সৈতে মতভেদ হ’ব পাৰে। মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব।

কন্যা ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব। আজি আপুনি ভৱিষ্যতক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। পিতৃ-মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। এজন পুৰণি বন্ধুৰ সৈতে ফোনত কথা হ’ব পাৰে। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। আজি আপুনি ধৰ্মীয় অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। ব্যৱসায়ত উন্নত। ৰাজনীতিৰ সৈতে জড়িত হৈ থকা সকলৰ বাবে দিনটো শুভ। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব। পৰিয়ালত চলি থকা সমস্যাবোৰৰ আজি সমাধান হ’ব। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। পিতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে।

বৃশ্চিক ৰাশি- আজি আপোনাৰ বাবে দিনটো লাভজনক প্ৰমাণিত হ’ব। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব। ব্যৱসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। দীৰ্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব। বাহন ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। পিতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। শিক্ষাৰ্থীসকলে যত্ন কৰিলে সুফল লাভ কৰিব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

ধনু ৰাশি- আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ অভিজ্ঞ জনৰ পৰামৰ্শ লওক। দীৰ্ঘদিন ধৰি চলি থকা সমস্যাবোৰৰ আজি সমাধান হ’ব। আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ কৰিব কিন্তু এই ভ্ৰমণ আপোনাৰ বাবে কষ্টকৰ প্ৰমাণিত হ’ব। মাতৃৰ স্বাস্থ্যই আজি আপোনাক চিন্তিত কৰিব পাৰে। সমাজত আজি আপোনাৰ সন্মান বৃদ্ধি পাব। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

মকৰ ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। ব্যৱসায়ত উন্নত। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব। দীৰ্ঘদিনীয়া অৰ্ধসম্পূৰ্ণ কাম আজি সম্পূর্ণ হ’ব। বাহন ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে। পত্নীৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক। মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কুম্ভ ৰাশি- আজি আপোনাৰ বাবে দিনটো লাভজনক প্ৰমাণিত হ’ব। দীৰ্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব। পত্নীৰ সৈতে ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। পিতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। ৰাজনীতিৰ সৈতে জড়িত হৈ থকা সকলৰ বাবে দিনটোত বাধা থাকিব পাৰে। আজি আপুনি ধৰ্মীয় অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰে। ব্যৱসায়ত উন্নত। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব।

মীন ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। ব্যৱসায়ত বন্ধুৰ সহায়ে আজি আপোনাক লাভাম্বিত কৰিব পাৰে। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে। পত্নীৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক। পৰিয়ালত চলি থকা সমস্যাবোৰৰ আজি সমাধান হ’ব। বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা লাভ কৰিব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ অভিজ্ঞ জনৰ পৰামৰ্শ লওক। দীৰ্ঘদিন ধৰি চলি থকা আইনী প্ৰক্ৰিয়া আজি সমাধান হ’ব।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!