fbpx
ৰাশিফলঅসমীয়া

চাওক আপােনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফল: ১৬ মে’, সোমবাৰ

মেষ ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। ব্যবসায়ত সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। বাৰ্তালাপৰ সময়ত সাৱধান হওক। শৈক্ষিক কামত সফলতা থাকিব। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। পিতৃ-মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব।

বৃষ ৰাশি- আজি আপোনাৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব। ব্যবসায়ত মনোযোগ দিয়ক নহ’লে লোকচানৰ সন্মুখীন হ’ব পাৰে। কামত দায়িত্ব বৃদ্ধি হ’ব পাৰে। বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰে। নিজ স্বাস্থ্যৰ যত্ন লওক। অত্যাধিক ব্যয়ে আজি আপোনাক চিন্তিত কৰিব পাৰে। পত্নীৰ সৈতে মতভেদ হ’ব পাৰে।

মিথুন ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। পৰিয়ালত দীৰ্ঘদিন ধৰি চলি থকা সমস্যাবোৰৰ আজি সমাধান হ’ব। আপোনাৰ মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। অপৰিকল্পিত ব্যয় বৃদ্ধি হ’ব। শৈক্ষিক কামত মনোযোগ দিব। আপুনি এটা নতুন ব্যৱসায়ৰ দিশে আগবাঢ়িব পাৰে। বাহন ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

কৰ্কট ৰাশি- আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। আজি আপুনি ধৰ্মীয় অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰে। ব্যৱসায়ৰ প্ৰতি মনোযোগ দিয়ক নহ’লে লোকচানৰ সন্মুখীন হ’ব পাৰে। পত্নীৰ পৰা সমৰ্থন লাভ কৰিব। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে। মাতৃৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব।

সিংহ ৰাশি- আজি আপোনাৰ বাবে দিনটো লাভজনক প্ৰমাণিত হ’ব। ব্যৱসায়ত এটা নতুন চুক্তিৰ পৰা লাভান্বিত হ’ব পাৰে। দীৰ্ঘদিনীয়া অৰ্ধসম্পূৰ্ণ কাম আজি সম্পূর্ণ হ’ব পাৰে। আপুনি শৈক্ষিক কামত সফল হ’ব। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব। পত্নীৰ স্বাস্থ্যই আজি আপোনাক চিন্তিত কৰিব পাৰে। পিতৃৰ সমৰ্থন লাভ কৰিব।

কন্যা ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। অত্যাধিক খং পৰিহাৰ কৰক। পৰিয়ালটোত ধৰ্মীয় কাৰ্যকলাপ থাকিব পাৰে। মিঠা খাদ্যৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ’ব। শিক্ষাৰ্থীসকলে যত্ন কৰিলে সুফল লাভ কৰিব পাৰে। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। দীৰ্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব পাৰে।

তুলা ৰাশি- আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। ব্যবসায়ত মনোযোগ দিয়ক নহ’লে লোকচানৰ সন্মুখীন হ’ব পাৰে। আজি আপোনাৰ ধৰ্মীয় কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। বাৰ্তালাপৰ সময়ত সাৱধান হওক। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। মাতৃৰ স্বাস্থ্যই আজি আপোনাক চিন্তিত কৰিব পাৰে। নতুন ব্যবসায় আৰম্ভ কৰাৰ বাবে দিনটো শুভ।

বৃশ্চিক ৰাশি- আজিৰ দিনটো শিক্ষাৰ্থীসকলৰ বাবে শুভ প্ৰমাণিত হ’ব। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। উপাৰ্জন বৃদ্ধি হ’ব। দীৰ্ঘদিন ধৰি চলি থকা আইনী প্ৰক্ৰিয়া আজি সমাধান হ’ব পাৰে। পিতৃ-মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব। পত্নীৰ পৰা এটি সুখবৰ লাভ কৰিব পাৰে। ভ্ৰমণৰ সুযোগ লাভ কৰিব।

ধনু ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। আজি চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। ব্যৱসায়ত বন্ধুৰ সহায়ে আজি আপোনাক লাভম্বিত কৰিব পাৰে। বাহন ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে। পৰিয়ালৰ প্ৰতি সৎভাৱ বৃদ্ধি পাব। এজন পুৰণি বন্ধুক লগ কৰিব পাৰে। মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব। শিক্ষাৰ্থীসকলে যত্ন কৰা উচিত।

মকৰ ৰাশি- আজি আপোনাৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব। পত্নীৰ স্বাস্থ্যই আজি আপোনাক চিন্তিত কৰিব পাৰে। ব্যবসায়ত মনোযোগ দিয়ক নহ’লে লোকচানৰ সন্মুখীন হ’ব। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে। বাহিৰত খাদ্য খোৱা পৰিহাৰ কৰক। পিতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব। সন্তানৰ পৰা এটি সুখবৰ লাভ কৰিব পাৰে।

কুম্ভ ৰাশি- আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। ব্যৱসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। নতুন ব্যবসায় আৰম্ভ কৰাৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব। আজি আপুনি আত্মীয় জনৰ মনত আঘাত লগা কাম নকৰিব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ অভিজ্ঞ জনৰ পৰামৰ্শ লওক। পত্নীৰ সৈতে মতভেদ হ’ব পাৰে। ৰাজনীতিৰ সৈতে জড়িত হৈ থকা সকলৰ বাবে দিনটো শুভ।

মীন ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। দীৰ্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব। পত্নীৰ সৈতে ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। পিতৃ-মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব। শিক্ষাৰ্থীসকলে যত্ন কৰা উচিত।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!