ৰাশিফলঅসমীয়া

চাওক আপােনাৰ দৈনিক ৰাশিফল

দৈনকি ৰাশিফলঃ ২৯ এপ্ৰিল, শুকুৰবাৰ

মেষ ৰাশি- আজি খং আৰু পতককৈ সিদ্ধান্ত গ্ৰহণ কৰা কাৰ্য পৰিহাৰ কৰক, অন্যথা আপোনাৰ ক্ষতি হ’ব পাৰে। নতুন ব্যৱসায় কৰাৰ সুযোগ থাকিব, ভূমি আৰু বাহন ক্ৰয়ৰ যোগ আছে। নতুন ধৰণৰ কামৰ পৰা লাভান্বিত হ’ব পাৰে। নেতিবাচক চিন্তা পৰিহাৰ কৰক। পৰিয়ালত সদ্ভাৱ থাকিব। শিশুৰ ভৱিষ্যতক লৈ চিন্তিত হব পাৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

বৃষ ৰাশি- পৰিয়ালত ধৰ্মীয় কাৰ্যকলাপ থাকিব পাৰে। ভাতৃৰ পৰা সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব। আৰ্থিক দিশ শক্তিশালী হব যদিও ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। নতুন ব্যৱসায়ৰ সুযোগ লাভ কৰিব। প্ৰতিযোগিতা মূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। মাতৃৰ স্বাস্থ্যৰ যতন লওক। ক’ৰবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে।

মিথুন ৰাশি- নতুনকৈ ব্যৱসায় আৰম্ভ কৰাৰ যোগ আছে। ক্ষুদ্ৰ ব্যৱসায়ীসকলে আজি অধিক লাভ অৰ্জন কৰিবলৈ সক্ষম হব। সাহিত্যৰ সৈতে জড়িত সকলে আজি সুনাম অৰ্জন কৰিবলৈ সক্ষম হ’ব। দীৰ্ঘ দিনীয়া আইনী প্ৰক্ৰিয়াৰ আজি সমাধান হ’ব। আপোনাৰ খং নিয়ন্ত্ৰণ কৰক। দাম্পত্য জীৱনত সুখ বৃদ্ধি হ’ব। পিতৃৰ পৰা আৰ্থিক সহযোগিতা লাভ কৰিব পাৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কৰ্কট ৰাশি- আপোনাৰ বাবে আজিৰ দিনটো শুভ। পৰিকল্পনা কৰি থকা কোনো কাৰ্য আজি ৰূপায়ন কৰিব পাৰে। পাবলগীয়া পুৰণি ধন আজি ঘূৰাই পাব। শিক্ষাৰ্থীসকলে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হব। ব্যৱসায় সংক্ৰান্তিয় সিদ্ধান্ত লোৱাৰ পূৰ্বে পৰিয়ালৰ সৈতে আলোচনা কৰক। পত্নীৰ মতক সন্মান জনাওক। ঘৰলৈ অতিথিৰ আগমণ ঘটিব পাৰে।

সিংহ ৰাশি- সামাজিক স্থানত সন্মান বৃদ্ধি হব। নিবনুৱা সকলে আজি নিযুক্তিৰ সুযোগ লাভ কৰিব পাৰে। ৰাজনীতিৰ সৈতে জড়িত থকা সকলে শত্ৰুৰ পৰা সাৱধানে থকা ভাল। বিত্তীয় পৰিস্থিতি উন্নত হ’ব যদিও ঘৰুৱা ব্যয় বৃদ্ধি পাব পাৰে। পৰিয়ালত ধৰ্মীয় অনুষ্ঠান থাকিব পাৰে। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। পিতৃ-মাতৃৰ সহযোগিতা লাভ কৰিব।

কন্যা ৰাশি- আজিৰ দিনটো আপোনাৰ বাবে এটা উত্তম দিন। হঠাৎ ধন লাভ কৰিব পাৰে। চাকৰিয়াল সকলৰ বাবেও দিনটো শুভ বিবেচিত হ’ব। ব্যৱসায় সংক্ৰান্তিয় কাৰণত ভ্ৰমণ কৰিবলগা হ’ব পাৰে। অৱশ্যে আজি দূৰ ভ্ৰমণ আপোনাৰ বাবে কষ্টকৰ প্ৰমাণিত হ’ব পাৰে। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। পত্নীৰ স্বাস্থ্যই চিন্তিত কৰিব পাৰে। পিতৃৰ পৰামৰ্শ অনুযায়ী কাম কৰক।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি- অধিক ব্যয়ে আজি আপোনাক আৰ্থিক সংকটত পেলাব পাৰে। বাহন আদি ক্ৰয় কৰাৰ যোগ আছে। আজি বিবাহোপযুক্ত সকলে বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। উপাৰ্জনৰ নতুন বাট মুকলি হ’ব। বন্ধুৰ সহায়ত ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিব পাৰে। ঘৰলৈ অতিথিৰ আগমণ ঘটিব পাৰে। আজি সামাজিক স্থানত অংশ লোৱাৰ সময়ত মাৰ্জিত হওঁক।

বৃশ্চিক ৰাশি- সাহিত্য আৰু বৌদ্ধিক ক্ষেত্ৰৰ সৈতে জড়িত সকলে ধন লাভ কৰাৰ লগতে আজি সুনামো অৰ্জন কৰিবলৈ সক্ষম হব। কোনো এক গুৰু দায়িত্ব আজি আপুনি লাভ কৰিব পাৰে। ব্যয় কিছু বৃদ্ধি হব। নেতিবাচক চিন্তা পৰিহাৰ কৰক। পত্নীৰ সৈতে সাধাৰণ মতানৈক্য ঘটিব পাৰে যদিও সন্ধিয়ালৈ সেয়া ঠিক হৈ যাব। মাতৃৰ স্বাস্থ্যক লৈ চিন্তিত হব পাৰে।

ধনু ৰাশি- দীর্ঘদিন ধৰি পাবলগীয়া ধন আজি ঘূৰাই পাব পাৰে। কাৰ্যক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হ’ব। ঘৰলৈ অতিথিৰ আগমণ ঘটিব পাৰে। পত্নীৰ সৈতে সদ্ভাৱ বৃদ্ধি পাব। ব্যৱসায় সংক্ৰান্তীয় কাৰণত ভ্ৰমণ কৰিবলগা হ’ব পাৰে। আজি হঠাৎ ক’ৰবাত ধন লাভ কৰিব পাৰে। এজন পুৰণি বন্ধুৰ সৈতে আপোনাৰ সাক্ষাতে আনন্দিত কৰিব পাৰে। ধৰ্মীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

মকৰ ৰাশি- কোনো এক আধৰুৱা কাম আজি সম্পন্ন কৰিবলৈ সক্ষম হব। শিক্ষাৰ্থীসকলে কিছু কষ্ট কৰিব লাগিব পাৰে। বিত্তীয় পৰিস্থিতি উন্নত হ’ব। বস্ত্ৰ আদি উপহাৰ হিচাপে লাভ কৰিব পাৰে। পৰিয়ালৰ সৈতে ধৰ্মীয় স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মক্ষেত্ৰত অনুকুল পৰিৱেশ থাকিব। অৱশ্যে আজি খং পৰিহাৰ কৰক, অনথ্যা নিজেই অপমানিত হ’ব লাগিব পাৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কুম্ভ ৰাশি- লিখনি আৰু সাহিত্যৰ ক্ষেত্ৰৰ পৰা লাভান্বিত হ’ব পাৰে। সমাজত সন্মান বৃদ্ধি পাব। ভূমি ক্ৰয় বা বিক্ৰয়ৰ যোগ আছে। শিক্ষাৰ্থী সকলৰ বাবে দিনটো শুভ। নেতিবাচক চিন্তা পৰিহাৰ কৰক। আজি পাৰিলে ধনৰ লেনদেন এৰাই চলক। ব্যৱসায়ৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰিবলগা হ’লে এই বিষয়ে ভালদৰে চিন্তা কৰক। ব্যৱসায়ত লোকচানৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। দাম্পত্য জীৱন সুখৰ হব।

মীন ৰাশি- স্ব সংযত হওক আৰু শান্তভাৱে সিদ্ধান্তবোৰ গ্ৰহণ কৰক। পৰিয়ালৰ কোনো গুৰুত্বপূৰ্ণ দায়িত্ব আজি আপুনি গ্ৰহণ কৰিবলগীয়া হ’ব পাৰে। পত্নীৰ পৰা এটা ভাল খবৰ লাভ কৰিব পাৰে। ব্যৱসায়ী সকলে আজি কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে। বাহিৰত খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকক। ৰাজনৈতিক সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব। মাতৃৰ পৰা সমৰ্থন আৰু সহযোগিতা লাভ কৰিব পাৰিব।

Related Articles

Leave a Reply

Back to top button