চাইবাৰ অপৰাধী নহয়, খােদ মহিলা বেংক বিষয়াই গ্ৰাহকৰ ATMৰ জৰিয়তে লুটিলে লাখ লাখ টকা, গ্ৰেপ্তাৰ…

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

চাইবাৰ অপৰাধী নহয়, এইবাৰ খােদ মহিলা বেংক বিষয়াই গ্ৰাহকৰ ATMৰ জৰিয়তে লুটিলে লাখ লাখ টকা।

গ্ৰাহকৰ ATM ব্যৱহাৰ কৰি ধন হৰলুকী কৰা অভিযোগ এক্সিছ বেংকৰ ডেপুটী মেনেজাৰ ইফটিকন হক চৌধুৰীৰ বিৰুদ্ধে।

ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ক্সিছ বেংকৰ ডেপুটী মেনেজাৰ ইফটিকন হক চৌধুৰীক।

গ্ৰাহকৰ অভিযোগৰ ভিত্তিতে গীতনগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চৌধুৰীক।

কৌশলেৰে ATMৰ পিন ব্যৱহাৰৰ অভিযোগ ইফটিকন হক চৌধুৰীৰ বিৰুদ্ধে।

গীতনগৰ আৰক্ষীৰ জালত পৰিছে এক্সিছ বেংকৰ ডেপুটী মেনেজাৰ ইফটিকন হক চৌধুৰী।