fbpx
অসমীয়াৰাশিফল

চাওক আপোনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ২৩ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰ

মেষ ৰাশি- আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ অভিজ্ঞ জনৰ পৰামৰ্শ লওক। দীৰ্ঘদিন ধৰি চলি থকা আইনী প্ৰক্ৰিয়া আজি সমাধান হ’ব। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

বৃষ ৰাশি- আজি আপোনাৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব পাৰে। ব্যৱসায়ত মনোযোগ দিয়ক নহ’লে লোকচানৰ সন্মুখীন হ’ব পাৰে। অত্যাধিক খং পৰিহাৰ কৰক। পত্নীৰ স্বাস্থ্যই আজি আপোনাক চিন্তিত কৰিব পাৰে। বাৰ্তালাপৰ সময়ত সাৱধান হওক। আজি আপুনি ধনৰ লেনদেনৰ পৰা সাৱধান হওক। পত্নীৰ পৰা সমৰ্থন লাভ কৰিব। শিক্ষাৰ্থীসকলে যত্ন কৰিলে সুফল লাভ কৰিব।

মিথুন ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে। ৰাজনীতিৰ সৈতে জড়িত হৈ থকা সকলৰ বাবে দিনটোত বাধা থাকিব পাৰে। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ অভিজ্ঞ জনৰ পৰামৰ্শ লওক। দীৰ্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব পাৰে। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

কৰ্কট ৰাশি- আজি আপোনাৰ বাবে দিনটো লাভজনক প্ৰমাণিত হ’ব। পৰিয়ালত চলি থকা সমস্যাবোৰৰ আজি সমাধান হ’ব। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। বাহন ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব।

সিংহ ৰাশি- আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। ব্যৱসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। শিক্ষাৰ্থীসকলে যত্ন কৰিলে সুফল লাভ কৰিব। আজি আপুনি ধৰ্মীয় অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰে। দীৰ্ঘদিনীয়া অৰ্ধসম্পূৰ্ণ কাম আজি সম্পূর্ণ হ’ব। পিতৃ-মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। পত্নীৰ পৰা এটি সুখবৰ লাভ কৰিব পাৰে। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে।

কন্যা ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব। আজি আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে অধিক সময় অতিবাহিত কৰিব। আজি আপুনি পত্নীৰ সৈতে ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ব্যৱসায়ত উন্নত। বন্ধুবৰ্গৰ পৰা সহায়-সহযোগিতা লাভ কৰিব। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। মাতৃৰ সমৰ্থন লাভ কৰিব।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি- আজি আপোনাৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব। অত্যাধিক ব্যয়ে আজি আপোনাক চিন্তিত কৰিব পাৰে। মাতৃৰ স্বাস্থ্যই আজি আপোনাক চিন্তিত কৰিব পাৰে। ব্যৱসায়ত মনোযোগ দিয়ক নহ’লে লোকচানৰ সন্মুখীন হ’ব পাৰে। বাৰ্তালাপৰ সময়ত সাৱধান হওক। বাহিৰত খাদ্য খোৱা পৰিহাৰ কৰক। পত্নীৰ পৰা সমৰ্থন লাভ কৰিব। শিক্ষাৰ্থীসকলে যত্ন কৰিলে সুফল লাভ কৰিব পাৰে।

বৃশ্চিক ৰাশি- আজি আপোনাৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব। ব্যৱসায়ত মনোযোগ দিয়ক। আজি আপুনি ধনৰ লেনদেনৰ পৰা আঁতৰি থাকক। আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ কৰিব কিন্তু এই ভ্ৰমণ আপোনাৰ বাবে কষ্টকৰ প্ৰমাণিত হ’ব। ৰাজনীতিৰ সৈতে জড়িত হৈ থকা সকলৰ বাবে দিনটো শুভ। পত্নীৰ সৈতে মতভেদ হ’ব পাৰে। পিতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব।

ধনু ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। ভাল হ’ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে এটা ধৰ্মীয় স্থানলৈ যাব পাৰে। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। দীৰ্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

মকৰ ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। ব্যবসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। পত্নীৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব। ৰাজনীতিৰ সৈতে জড়িত হৈ থকা সকলৰ বাবে দিনটোত বাধা থাকিব পাৰে। মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। বাহন ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে।

কুম্ভ ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। আপুনি উন্নতিৰ কিছুমান নতুন উপায় বিচাৰি পাব পাৰে। ব্যবসায়ত বন্ধুৰ সহায়ে আজি আপোনাক লাভম্বিত কৰিব পাৰে। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম। পিতৃ-মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। পৰিয়ালৰ প্ৰতি সৎভাৱ বৃদ্ধি পাব। আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে।

মীন ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব। ব্যৱসায়ত বন্ধুৰ সহায়ে আজি আপোনাক লাভাম্বিত কৰিব পাৰে। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব। আজি আপুনি ধৰ্মীয় অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰে। দীৰ্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ অভিজ্ঞ জনৰ পৰামৰ্শ লওক। পিতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!