fbpx
অসমীয়াৰাশিফল

চাওক আপোনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ৬ ফেব্ৰুৱাৰী, সোমবাৰ

মেষ ৰাশি- আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। আপুনি আপোনাৰ স্বাস্থ্যৰ যতন লওক। অত্যাধিক ব্যয়ে আজি আপোনাক চিন্তিত কৰিব পাৰে। ব্যৱসায়ত মনোযোগ দিয়ক নহ’লে লোকচানৰ সন্মুখীন হ’ব পাৰে। আজি আপুনি নতুন ব্যৱসায় আৰম্ভ নকৰিব। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। পিতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব।

বৃষ ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। ব্যৱসায়ত বন্ধুৰ সহায়ে আজি আপোনাক লাভম্বিত কৰিব পাৰে। পত্নীৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক। দীৰ্ঘদিনীয়া অৰ্ধসম্পূৰ্ণ কাম আজি সম্পূর্ণ হ’ব পাৰে। শিক্ষাৰ্থীসকলে যত্ন কৰিলে সুফল লাভ কৰিব। পিতৃ-মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে।

মিথুন ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। আজি আপুনি পৰিয়ালৰ সদস্যসকলৰ পৰা সহায় সহযোগিতা লাভ কৰিব। দীৰ্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব পাৰে। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। সমাজত সন্মান বৃদ্ধি পাব। ব্যৱসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। ৰাজনীতিৰ সৈতে জড়িত হৈ থকা সকলৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

কৰ্কট ৰাশি- আজি আপোনাৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব। অত্যাধিক ব্যয়ে আজি আপোনাক চিন্তিত কৰিব পাৰে। ব্যৱসায়ত মনোযোগ দিয়ক নহ’লে লোকচানৰ সন্মুখীন হ’ব পাৰে। আজি আপুনি আত্মীয় জনৰ মনত আঘাত লগা কাম নকৰিব। পত্নীৰ সমৰ্থন লাভ কৰিব। শিক্ষাৰ লগত জড়িত হৈ থকা সকলৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব। মাতৃৰ স্বাস্থ্যৰ যতন লওক।

সিংহ ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। দীৰ্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব পাৰে। ব্যৱসায়ত উন্নত। পত্নীৰ পৰা এটি সুখবৰ লাভ কৰিব পাৰে। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো শুভ প্ৰমাণিত হ’ব।শিক্ষাৰ্থীসকলে যত্ন কৰিলে সুফল লাভ কৰিব। পিতৃ-মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব।

কন্যা ৰাশি- আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। আজি আপুনি সন্তানৰ ভৱিষ্যতক লৈ চিন্তিত থাকিব। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে। পৰিয়ালত চলি থকা সমস্যাবোৰৰ আজি সমাধান হ’ব। ৰাজনীতিৰ সৈতে জড়িত হৈ থকা সকলৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব। মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি- আজি আপোনাৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব।অত্যাধিক খং পৰিহাৰ কৰক। ব্যৱসায়ত মনোযোগ দিয়ক নহ’লে লোকচানৰ সন্মুখীন হ’ব পাৰে। পত্নীৰ সৈতে মতভেদ হ’ব পাৰে। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰে। নিজ স্বাস্থ্যৰ যতন লওক।

বৃশ্চিক ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। ব্যৱসায়ত বন্ধুৰ সহায়ে আজি আপোনাক লাভম্বিত কৰিব। আজি আপুনি ধৰ্মীয় অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰে। বাহন ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। দীৰ্ঘদিন ধৰি চলি থকা আইনী প্ৰক্ৰিয়া আজি সমাধান হ’ব। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। মাতৃৰ সমৰ্থন লাভ কৰিব।

ধনু ৰাশি- আজি আপোনাৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব। ব্যৱসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। আজি আপুনি ধনৰ লেনদেনৰ পৰা আঁতৰি থাকক। অত্যাধিক খং পৰিহাৰ কৰক। পিতৃ- মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। এজন পুৰণি বন্ধুক লগ পাব পাৰে। পত্নীৰ স্বাস্থ্যই আজি আপোনাক চিন্তিত কৰিব পাৰে।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

মকৰ ৰাশি- আজি আপোনাৰ বাবে দিনটো লাভজনক প্ৰমাণিত হ’ব। আজি মানুহে আপোনাক প্ৰশংসা কৰিব। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। দীৰ্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব। পৰিয়ালত চলি থকা সমস্যাবোৰৰ আজি সমাধান হ’ব। শিক্ষাৰ্থীসকলে যত্ন কৰিলে সুফল লাভ কৰিব। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

কুম্ভ ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ।চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। ব্যৱসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। ৰাজনীতিৰ সৈতে জড়িত হৈ থকা সকলৰ বাবে দিনটোত বাধা থাকিব পাৰে। পৰিয়ালত চলি থকা সমস্যাবোৰৰ আজি সমাধান হ’ব। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। পিতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব।

মীন ৰাশি- আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। ঘৰত ধৰ্মীয় অনুষ্ঠান থাকিব পাৰে।আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ কৰিব কিন্তু এই ভ্ৰমণ আপোনাৰ বাবে কষ্টকৰ প্ৰমাণিত হ’ব। মাতৃৰ স্বাস্থ্যৰ যতন লওক। শিক্ষাৰ লগত জড়িত হৈ থকা সকলৰ বাবে দিনটো শুভ। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!