অসম
ঘৰুৱা কন্দলৰ ভয়ংকৰ পৰিণতি! ভাতৃয়ে গুলীয়াই হত্যা কৰিলে ভাতৃক…

ঘৰুৱা কন্দলৰ ভয়ংকৰ পৰিণতি!
ভাতৃয়ে গুলীয়াই হত্যা কৰিলে নিজ ভাতৃক।
তেজপুৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা।
গাৰোৱানপট্টিত ভাতৃৰ গুলীত নিহত ভাতৃ।
ভাতৃৰ গুলীত নিহত বিষ্ণু দাস নামৰ লোকজন।
অলক দাসে অনুজ্ঞাপত্ৰধাৰী বন্দুকেৰে গুলীয়াই হত্যা কৰে ভাতৃক।
গুলীচালনা কৰা অলক দাসক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।