fbpx
অসম

ঘোষণা হ’ল মেট্ৰিকৰ ফলাফল, শীৰ্ষ ১০ত কোন কোন..? সবিশেষ চাওক…

ঘোষণা হ’ল বহু প্ৰত্যশিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।

পুৱা ১০ বজাৰ লগে লগে অনলাইনযোগে ঘোষণা কৰা হয় ফলাফল।

এইবাৰ শীৰ্ষ ১০টা স্থান লাভ কৰিছে ৫৫গৰাকীকৈ শিক্ষাৰ্থীয়ে।

সেই সকল হৈছে–

প্ৰথম স্থান লাভ কৰিছে লখিমপুৰৰ ৰক্তোৎপল শইকীয়াই।

১. ৰক্তোৎপল শইকীয়া, ছেণ্টমেৰিজ হাইস্কুল, উত্তৰ লখিমপুৰ

মুঠ নম্বৰ- ৫৯৭

দ্বিতীয় স্থান লাভ কৰিছে নলবাৰীৰ ভূয়সী মেধিয়ে।

২. ভূয়সী মেধি, লিটল ফ্লাৱাৰ স্কুল, নলবাৰী

মুঠ নম্বৰ- ৫৯৬

তৃতীয় স্থান লাভ কৰিছে তিনিগৰাকী শিক্ষাৰ্থীয়ে।

১. মৃদুপৱন কলিতা, ডনবস্ক’ হাইস্কুল, খেৰণি

মুঠ নম্বৰ- ৫৯৫

২.লাবিব মুজিব, ডনবস্ক’ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৈৰাগীমঠ, ডিব্রুগড়

মুঠ নম্বৰ- ৫৯৫

৩. পাৰ্থপ্রতীম দাস, লোহিত ডিক্রং, উচ্চতৰ মাধ্যমিক বিদ্যালয়

মুঠ নম্বৰ- ৫৯৫

চতুৰ্থ স্থান লাভ কৰিছে ৪গৰাকী শিক্ষাৰ্থীয়ে।

১. স্বপ্নৰাজ কলিতা, আনন্দৰাম বৰুৱা একাডেমী, বৰপেটা

মুঠ নম্বৰ- ৫৯৪

২. স্নেহা শইকীয়া, দয়ানন্দ বিদ্যা নিকেতন, গোলাঘাট

মুঠ নম্বৰ- ৫৯৪

৩. সমাদৃতা শৰ্মা, ডনবস্ক’ হাইস্কুল বাঘচোং, যোৰহাট

মুঠ নম্বৰ- ৫৯৪

৪. অন্বেষা বৰা, ডনবস্ক’ হাইস্কুল, ডুমডুমা

মুঠ নম্বৰ- ৫৯৪

পঞ্চম স্থান লাভ কৰিছে ৪গৰাকী শিক্ষাৰ্থীয়ে।

১. জুবেইৰ হুছেইন পালহাজী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰপেটা

২. প্রাণজিৎ বৰদলৈ, নগাঁও আঞ্চলিক হাইস্কুল, দৰং

৩. শ্বানাজ অঞ্জুম য়াছমিন, বেনগাৰ্ডেন হাইস্কুল, যোৰহাট

৪. ইকুইট এব্বট দত্ত, ছেণ্টমেৰিজ হাইস্কুল, লখিমপুৰ

মুঠ নম্বৰ হৈছে ৫৯৩।

ষষ্ঠ স্থান লাভ কৰিছে দুগৰাকী শিক্ষাৰ্থীয়ে।

১. বিতোপন মেধি, ছেইণ্ট ছেবাষ্টেইনছ বিদ্যালয়, মাটিয়া

২. মূৰ্ছনা বৰ্মন, লিটল ফ্লাৱাৰ স্কুল, নলবাৰী

মুঠ নম্বৰ হৈছে- ৫৯২।

সপ্তম স্থান লাভ কৰিছে ৬গৰাকী শিক্ষাৰ্থীয়ে।

১. জ্যোতিপল তালুকদাৰ, আনন্দৰাম বৰুৱা একাডেমী, বৰপেটা

২. শৰ্মিষ্ঠা ভাগৱতী, জৱাহৰজ্যোতি হাইস্কুল, লখিমপুৰ

৩. প্রিয়ানুজ বৰদলৈ, নিউলুক একাডেমী, শিৱসাগৰ।

৪. দীপশিখা বৰুৱা, ডিমৌ গাৰ্লছ হাইস্কুল, ডিমৌ

৫. অশ্লেষা শৰ্মা, ছেণ্টমেৰিজ উচ্চতৰ মাধ্যমিক বিদ্যালয়, গুৱাহাটী

৬. নিশা শৰ্মা, টি চি চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, গুৱাহাটী

মুঠ নম্বৰ হৈছে- ৫৯১।

অষ্টম স্থান লাভ কৰিছে ৬গৰাকী শিক্ষাৰ্থীয়ে।

১. হৰ্ষিত বৰ্মন, পাঠশালা শিক্ষাপীঠ আদৰ্শ বিদ্যালয়

২. অলিভিয়া বৰা, ডনবস্ক’ হাইস্কুল, বাঘচোং, যোৰহাট

৩. ৰাজনন্দিনী বৈদ্য, খ্রীষ্টজ্যোতি স্কুল, নগাঁও

৪. তেজাল আগৰৱাল, খ্রীষ্টজ্যোতি হাইস্কুল, নগাঁও

৫. উদেষ্ণা বৰদলৈ, খ্রীষ্টজ্যোতি হাইস্কুল, নগাঁও

৬. নেহা উপাধ্যায়, বৰছলা উচ্চতৰ মাধ্যমিক বিদ্যালয়, শোণিতপুৰ

মুঠ নম্বৰ হৈছে- ৫৯০।

নৱম স্থান লাভ কৰিছে ১০গৰাকী শিক্ষাৰ্থীয়ে।

১. ডিভাইন এ পি শৰ্মা, পাঠশালা শিক্ষাপীঠ আদৰ্শ বিদ্যালয়

২. আকাশদ্বীপ ভূঞা, হেপীচাইল্ড ইংলিছ স্কুল, ছিপাঝাৰ

৩. ধৃতিষ্মান দত্ত, ছল্টব্রুক, ডিব্রুগড়

৪. তবিবুল হক, অল আমিন ইছলামিক মডেল স্কুল, কামৰূপ

৫. পাৰ্থপ্রতীম বৰা, জ্ঞানজ্যোতি একাডেমী, নাৰায়ণপুৰ

৬. বিদিশা নাথ, শংকৰদেৱ বিদ্যা নিকেতন, চৰাইবাহী, মৰিগাঁও

৭. সৃষ্টিনন্দা কাশ্যপ, খ্রীষ্টজ্যোতি স্কুল, ধিং

৮. আৰিন ভূঞা, হলিনেম স্কুল, শিৱসাগৰ

৯. জ্যোতিৰ্ময় দত্ত, শ্রীমন্ত শংকৰদেৱ বিদ্যালয়, নিতাইপুখুৰী

১০. আনাসুয়া ঠাকুৰীয়া, জি ইউ মডেল হাইস্কুল, গুৱাহাটী

মুঠ নম্বৰ হৈছে- ৫৮৯।

দশম স্থান লাভ কৰিছে ১৮গৰাকীকৈ শিক্ষাৰ্থীয়ে।

১.আলমিনা খাতুন, নৱমিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰপেটা

২.অনুভৱ কপিল, বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়

৩.বিশ্বদীপ নাথ, হলী ক্রছ উচ্চতৰ মাধ্যমিক বিদ্যালয়, কাছাৰ

৪.অনন্যা ভৰদ্বাজ, লিটল ফ্লাৱাৰ স্কুল, ডিব্রুগড়

৫.অনিকংকনা গগৈ, টেঙাখাত জাতীয় বিদ্যালয়, ডিব্রুগড়

৬.অয়ন মিত্র, ছেণ্টমেৰিজ হাইস্কুল, লখিমপুৰ

৭.কৌস্তভ জ্যোতি নাথ, শংকৰদেৱ বিদ্যা নিকেতন, মৰিগাঁও

৮.উদিতি দাস, খ্রীষ্টজ্যোতি স্কুল, ধিং

৯.দিব্যজ্যোতি লহকৰ, শংকৰদেৱ বিদ্যা নিকেতন, নলবাৰী

১০.ধৃতিষ্মিতা ডেকা, শংকৰদেৱ বিদ্যা নিকেতন, নলবাৰী

১১.হিমাংশু দাস, শ্রীসুন্দৰমল মডাৰ্ণ স্কুল, শিৱসাগৰ

১২.ৰক্তোৎপল বৰা, শ্রীসুন্দৰমল মডাৰ্ণ স্কুল, শিৱসাগৰ

১৩.কল্লোল বিশ্বাস, ছেক্রেড হাৰ্ট স্কুল, তেজপুৰ

১৪.সৌৰভ বৰ্মন, অসম জাতীয় বিদ্যালয়, গুৱাহাটী

১৫.ময়ংক আগৰৱাল, নিকলছ হাইস্কুল, ছাত্রীবাৰী, গুৱাহাটী

১৬.জুৰীষ্মা চক্রৱৰ্তী, ছেইণ্ট ষ্টিফেন স্কুল, গুৱাহাটী

১৭.অনুৰাগ বৰা, শংকৰদেৱ শিশু নিকেতন, বনগাঁও, মাজুলী

১৮.মহম্মদ হাম্মাদুৰ ৰহমান, ছেইণ্ট বনিফেচ হাইস্কুল, নগাঁও

তেওঁলোকে লাভ কৰা নম্বৰ হৈছে- ৫৮৮।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!