fbpx
অসম

ঘোষণা হ’ল বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ বঁটা অস্কাৰ! RRR চলচ্চিত্ৰৰ জনপ্ৰিয় গীত ‘নাটু নাটু’লৈ অস্কাৰ সন্মান…

ঘোষণা হ’ল বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ বঁটা অস্কাৰ।

ঘোষণা কৰা হ’ল ৯৫ সংখ্যক বাৰ্ষিক একাডেমী এৱাৰ্ডছ অথবা অস্কাৰ।

৯৫ তম একাডেমী বঁটা লছ এঞ্জেলছৰ ড’লবি থিয়েটাৰত অনুষ্ঠিত হৈছে।

দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ RRR ‘নাটু নাটু’লৈ শ্ৰেষ্ঠ গীতৰ অস্কাৰ সন্মান।

ভাৰতীয় চলচ্চিত্ৰৰ পৰা শ্ৰেষ্ঠ গীতৰ শ্ৰেণীত বিজয়ী হোৱা প্ৰথম ‘নাটু নাটু’ৱে সৃষ্টি কৰিলে ইতিহাস।

উল্লেখ্য যে, অস্কাৰৰ মঞ্চত এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতীয় গীত পৰিৱেশন কৰা হয়।

এই বছৰ, বঁটা প্ৰদান অনুষ্ঠানটো ভাৰতীয় দৰ্শকৰ বাবে ১৩ মাৰ্চৰ পুৱা ৫ বাজি ৩০ মিনিটৰ পৰা অ’টিটি প্লেটফৰ্ম ডিজনী+হটষ্টাৰত লাইভ ষ্ট্ৰীম কৰা হৈছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!