অসম

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত খেলি-মেলি, আদালতে দিলে স্থগিতাদেশৰ নিৰ্দেশ…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ নিৰ্বাচনত খেলি-মেলি।

নিৰ্বাচনত ন্যায়ালয়ৰ স্থগিতাদেশ।

সাংস্কৃতিক সম্পাদক, ছাত্র জিৰণি কোঠাৰ সম্পাদক পদৰ নিৰ্বাচনত স্থগিতাদেশ।

কামৰূপ জিলা মুনছিফ আদালতে দিলে স্থগিতাদেশৰ নিৰ্দেশ।

উল্লেখ্য যে, শ্রেণীকোঠাত ৭৫% উপস্থিত নাথাকিলে অৱতীৰ্ণ হ’ব নোৱাৰে নিৰ্বাচনত।

৭৫% বিশ্ববিদ্যালয়ত উপস্থিত নথকাৰ বাবে এতিয়া নিৰ্বাচনত অৱৰ্তীণ হ’ব নোৱাৰে সাংস্কৃতিক সম্পাদক আৰু ছাত্র জিৰণি কোঠা সম্পাদক পদৰ দুই প্ৰাৰ্থীয়ে।

দুয়োটা পদতে নিৰ্বাচন খেলা প্রাৰ্থী দুগৰাকীৰ ৭৫%তকৈ উপস্থিতি কম।

১৯ অক্টোবৰত আছিল নিৰ্বাচনৰ দিন।

Related Articles

Back to top button