গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নিযুক্তি…

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নিযুক্তি।

সন্দীপ মেহতাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ ৰূপে নিযুক্তি।

ৰাজস্থান উচ্চ ন্যালয়ৰ ন্যায়াধীশ আছিল সন্দীপ মেহতা।

উল্লেখ্য যে, ৪ খন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে।

কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে টুইটাৰযোগে সদৰী কৰিছে এই তথ্য।

image 55
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নিযুক্তি... 2

ওড়িশা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশোৱন্ত সিঙক ত্ৰিপুৰাৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি।

লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এন কটিশ্বৰ সিঙক জম্মু-কাশ্মীৰ লাডাখৰ মুখ্য ন্যায়াধীশ ৰূপে নিযুক্তি।