নাগালেণ্ড

গুৰুতৰভাৱে অসুস্থ NSCN(IM)ৰ মুৰব্বী থুইংগালেং মুইভা…

গুৰুতৰভাৱে অসুস্থ নগা বিদ্ৰোহী সংগঠন NSCN(IM)ৰ মুৰব্বী থুইংগালেং মুইভা।

অসুস্থ মুইভাক বৰ্তমান খ্ৰীষ্টিয়ান ইনষ্টিটিউট অব হেল্থ ছায়েন্স হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

অৱশ্যে মুইভাৰ অসুস্থতা সন্দৰ্ভত এতিয়ালৈকে NSCN(IM)ৰ তৰফৰ একো তথ্য প্ৰকাশ কৰা হোৱা নাই।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল ৮৭ বছৰীয়া বিদ্ৰোহী নেতাজন।

যোৱা বছৰ জুলাই মাহতো ক’ভিডত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈছিল মুইভা।

Related Articles

Leave a Reply

Back to top button