fbpx
ৰাষ্ট্ৰীয়

কৰ্তব্যস্থলীতেই চিকিৎসকক মালিচ মহিলা স্বাস্থ্য বিষয়াৰ, ভিডিঅ’ ভাইৰেল…

চিকিৎসালয়ত চিকিৎসা সেৱা নহয়, এইবাৰ চিকিৎসালয়ত মাচাজ লোৱাত ব্যস্ত চিকিৎসক।

কৰ্তব্যস্থলীতেই চিকিৎসকে মহিলা স্বাস্থ্য বিষয়াৰ পৰা মালিচ ভিডিঅ’ ভাইৰেল।

বিহাৰৰ খাগাৰিয়াৰ এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সংঘটিত হৈছে এই লজ্জাজনক ঘটনা।

চিকিৎসালয়খনৰ চিকিৎসক কৃষ্ণ কুমাৰে এগৰাকী মহিলা স্বাস্থ্য কৰ্মীৰ পৰা মালিচ লৈ থকা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

ছ’চিয়েল মিডিয়াত ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে দুয়োগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ সংশ্লিষ্ট কৰ্তৃপক্ষৰ।

দুয়োগৰাকীলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে চিভিল চাৰ্জনে।

তিনিদিনৰ ভিতৰত কাৰণ দৰ্শাবলৈ জনোৱা হৈছে দুয়োকে।

Related Articles

Back to top button