fbpx
ৰাষ্ট্ৰীয়

কৰ’ণাত আক্ৰান্ত ছোনিয়া গান্ধীৰ স্বাস্থ্যৰ অৱনতি, চিকিৎসালয়ত ভৰ্তি…

কৰ’ণাত আক্ৰান্ত ছোনিয়া গান্ধীৰ স্বাস্থ্যৰ অৱনতি।

জ্যেষ্ঠ কংগ্ৰেছী নেত্ৰীগৰাকীক দিল্লীৰ গংগা ৰাম হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

জানিব পৰা মতে, বৰ্তমানলৈকে কৰ’ণাৰ সংক্ৰমণৰ পৰা আৰোগ্য লাভ কৰা নাই নেত্ৰীগৰাকীয়ে।

টুইটাৰত এই কথা সদৰি কৰিছে দলৰ নেতা ৰণদীপ সুৰজেৱালাই।

উল্লেখ্য যে, ইডিয়ে নেশ্যনেল হেৰাল্ড গোচৰত ২৩ জুনত ছোনিয়া আৰু ৰাহুল গান্ধীক সোধা-পোছাৰ বাবে মাতিছে।

ইয়াৰ পূৰ্বে তেওঁ ৮ জুনত হাজিৰ হ’বলগীয়া আছিল যদিও কৰ’ণাৰ বাবে এই সময়সীমা বৃদ্ধি কৰা হৈছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!