fbpx
অসম

কেৰি বেগত টিফিন বক্স সুমুৱাই ননাৰ অপৰাধত কৰ্মচাৰীক প্ৰহাৰ! জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ…

কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত আজব ঘটনা৷

জিলা উপায়ুক্তৰ বিৰুদ্ধে কৰ্মচাৰীক প্ৰহাৰৰ অভিযোগ৷

দুপৰীয়াৰ আহাৰৰ গাফিলতিৰ বাবে উপায়ুক্তই কৰিছিল শাৰীৰিক প্ৰহাৰ৷

কেৰি বেগত টিফিন বক্স সুমুৱাই ননাৰ অপৰাধত কৰ্মচাৰীক শাৰীৰিক প্ৰহাৰ কৰাৰ অভিযোগ।

IAS বিষয়া বৰ্ণালী ডেকাৰ বিৰুদ্ধে এই অভিযোগ পিয়ন দীপক দাসৰ৷

দীপক দাস উপায়ুক্ত কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী৷

পূৰ্বেও IAS বিষয়াগৰাকীৰ বিৰুদ্ধে কৰ্মচাৰীসকলক মানসিক হাৰাশাস্তি চলোৱাৰ অভিযোগ৷

ঘটনাৰ ন্যায় বিচাৰি মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান দীপক দাসৰ পৰিয়ালৰ।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!