ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তঃ ৫ বছৰৰ বাবে নিষিদ্ধ ঘোষণা PFIক…

অসম তথা সমগ্ৰ ভাৰততে PFIৰ কেইবাজনো সদস্য গ্ৰেপ্তাৰৰ পিছতে মুছলিম সংগঠনটোক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ।

কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ ঘোষণা কৰিলে পপুলাৰ ফ্ৰণ্ট অব ইণ্ডিয়া চমুকৈ PFIক।

৫ বছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰা হৈছে সংগঠনটোক।

এক জাননী জাৰি কৰি এই কথা অৱগত কৰিছে কেন্দ্ৰীয় চৰকাৰে।

আনহাতে PFIৰ সহযোগী সংগঠন CFI, RIF, AIIC আৰু NCHRO কো নিষিদ্ধ ঘোষণা চৰকাৰৰ।

Related Articles

Back to top button