fbpx
ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় বাজেট ২০২৩-২৪- হ্ৰাস পালে এইসমূহ সামগ্ৰীৰ দাম…

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নীৰ্মলা সীতাৰমণে দাখিল কৰিলে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট।

বাজেট দাখিল কৰাৰ পাছত দাম কমিব কিছু সামগ্ৰীৰ।

দাম কমিব চাইকেলৰ। খেলৰ সামগ্ৰীও দাম হ্ৰাস হ’ব।

মোবাইল কেমেৰাৰ লেঞ্চ, ইলেক্ট্ৰনিক সামগ্ৰী, টেলিভিছনৰ সামগ্ৰীৰো দাম হ্ৰাস হ’ব।

একেদৰে হ্ৰাস পাব চিমনী, কাপোৰ, সীমা শুল্ক।

কেন্দ্ৰীয় বাজেটত বহু অভিলাষী আঁচনিৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰীয়ে।

উল্লেখ্য যে, মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ এইখন অন্তিম পূৰ্ণাংগ বাজেট।

Related Articles

Back to top button