কীৰ্তিকমল বৰাৰ গুলীচালনাৰ ঘটনা সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…?

নগাঁৱ ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

নগাওঁ কাণ্ডৰ তদন্তৰ দায়িত্ব অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰক দিয়া হৈছে।

৭ দিনৰ ভিতৰত দিব লাগিব প্ৰতিবেদন।

ঘটনাৰে জড়িত আটাইকেইজনৰে ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে।

অপৰাধীৰ বিৰুদ্ধে কঠোৰ হ’ব আৰক্ষী।

নিৰীহ লোকৰ ওপৰত আৰক্ষী কঠোৰ হ’লে সহ্য কৰা নহ’ব।

যদি এই ঘটনা আৰক্ষীৰ ভুলৰ বাবে হৈছে তেন্তে তাক কঠোৰ হাতেৰে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

৭ দিনৰ বাবে তেওঁলোকক কৰ্তব্যৰ পৰা আঁতৰাই ৰখা হ’ব।

আৰক্ষী অধীক্ষকৰ বিৰুদ্ধেও ল’ব ব্যৱস্থা।

নগাঁৱৰ ঘটনাক এনকাউণ্টাৰ আখ্যা দিব নোৱাৰি বুলিও মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

Leave a Comment