নিউজ ডেস্ক। অষ্ট্ৰেিলয়াৰ কিংবদন্তি বলাৰ শ্বেন ৱাৰ্ণৰ আকস্মিক দেহাৱসান।
থাইলেণ্ডত থকা সময়ত হৃদ ৰােগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হােৱা বুলি প্ৰাথমিকভাৱে প্ৰকাশ পাইছে।

মৃত্যুৰ সময়ত তেওঁ বয়স আছিল ৫২ বছৰ।

উল্লেখ্য যে শ্বেন ৱাৰ্ণক ক্ৰিকেট জগতৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ লেগ স্পিনাৰ হিচাপে জনা যায়।
As shocking as this delivery. RIP Spin King #ShaneWarne pic.twitter.com/iJQ4nQauTh
— Aniket Survase (@aniket_survase) March 4, 2022
ৱাৰ্ণৰ মেনেজমেণ্টে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে, “পুৱতি নিশা তেওঁ থাইলেণ্ডৰ কোহ চামুইত স্থিত ভিলাত অচেতন অৱস্থাত পোৱা গৈছিল আৰু চিকিৎসা কৰ্মচাৰীৰ অশেষ প্ৰচেষ্টা স্বত্বেও তেওঁৰ মৃত্যু ঘটে।”
Sad to hear the news that Rod Marsh has passed. He was a legend of our great game & an inspiration to so many young boys & girls. Rod cared deeply about cricket & gave so much-especially to Australia & England players. Sending lots & lots of love to Ros & the family. RIP mate❤️
— Shane Warne (@ShaneWarne) March 4, 2022
আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটৰ দ্বিতীয় সৰ্বাধিক উইকেত দখলৰ অভিলেখেৰে ক্ৰিকেটৰ পৰা অৱসৰ লোৱা প্ৰসিদ্ধ ক্ৰিকেটাৰ গৰাকীৰ বিয়োগৰ বাতৰিয়ে শোকস্তব্ধ কৰিছে তেওঁৰ অগণন অনুৰাগীক।
Cannot believe it.
— Virender Sehwag (@virendersehwag) March 4, 2022
One of the greatest spinners, the man who made spin cool, superstar Shane Warne is no more.
Life is very fragile, but this is very difficult to fathom. My heartfelt condolences to his family, friends and fans all around the world. pic.twitter.com/f7FUzZBaYX
ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগ, শচীন টেণ্ডুলকাৰকে ধৰি ক্ৰিকেটাৰ সকলে ৱাৰ্ণৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে।
লগতে চাওকঃ
একেলগে ৩ যমজ ভগ্নীক বিয়া এজন যুৱকৰ! সামাজিক মাধ্যমত চৰ্চিত এই ব্যতিক্ৰমী বিয়া
