অসম

কা আন্দোলনত মৃত্যু হোৱা ছেম ষ্টেফৰ্ডৰ তদন্তৰ প্ৰতিবেদন নাকচ, নিজাববীয়া গোচৰ ৰুজু আদালতৰ

কা আন্দোলনত মৃত্যু হোৱা ছেম স্টেফডৰ তদন্তৰ প্ৰতিবেদন নাকচ আদালতৰ।

হাতীগাঁও থানাই আদালতত দাখিল কৰিছিল তদন্ত প্রতিবেদন।

আৰক্ষীয়ে কাকো দোষাৰোপ নকৰি দাখিল কৰিছিল চূড়ান্ত প্ৰতিবেদন।

প্ৰতিবেদন নাকচ কৰি কামৰূপ মহানগৰ CJM আদালতে ৰুজু কৰিলে নিজাববীয়া গোচৰ।

বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক পক্ষ কৰি ৪৩৩৯/২২ নম্বৰত গোচৰ ৰুজু আদালতৰ।

IPC ৩২৬ আৰু ৩০২ ধাৰাত আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু আদালতৰ।

ঘটনা সন্দৰ্ভত ১৩ আগষ্টত হ’ব গোচৰটোৰ পৰৱৰ্তী শুনানি

Related Articles

Back to top button