fbpx
অসমীয়াঅসম

কাৰ্যালয়ত নহয়! এইবাৰ ৰেষ্টুৰেণ্টত চাহ-চিঙৰা খাই উৎকোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ ঘোচখোৰ লাটমণ্ডল…

নিউজ ডেস্কঃ এইবাৰ কাৰ্যালয়ত নহয়, ৰেষ্টুৰেন্টত ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল লাট মণ্ডল।

ৰেষ্টুৰেণ্টত চাহ-চিঙৰা খাই ঘোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল বৰপেটা জিলাৰ সৰুপেটা ৰাজ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল।

ধৃত লাট মণ্ডলজনৰ নাম নৱ কুমাৰ চৌধুৰী।

অভিযোগকাৰীৰ মাটি বিভাজনৰ প্ৰক্ৰিয়াকৰণৰ বাবে উৎকোচ বিচাৰিছিল মণ্ডল নৱ কুমাৰ চৌধুৰীয়ে।

ৰেষ্টুৰেণ্টত বহি সেই উৎকোচ অভিযোগকাৰীৰ পৰা লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ হয় দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীজন।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!