কাৰাগৰতে পুনৰ গ্ৰেপ্তাৰ হ’ল ধন কুবেৰ চাইবুৰ ৰহমান…

কাৰাগৰতে পুনৰ গ্ৰেপ্তাৰ হ’ল ধন কুবেৰ চাইবুৰ ৰহমান।

পুনৰ CM VIGILANCE এ গ্ৰেপ্তাৰ কৰিলে ADC চাইবুৰ ৰহমানক।

গাওঁবুঢ়া নিযুক্তি কেলেংকাৰীৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ চাইবুৰক।

মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে ০৭/২১ নম্বৰত ৰুজু হৈ থকা গোচৰটোত পুনৰ গ্ৰেপ্তাৰ কৰে চাইবুৰ ৰহমান।

মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে তিনিদিনৰ জিম্মাত লৈছে চাইবুৰক।

একেটা গোচৰতে ইতিমধ্যে গ্ৰেপ্তাৰ হৈ কাৰাগাৰত আছে অতিৰিক্ত উপায়ুক্ত বিক্ৰম আদিত্য বৰা।

আয়ৰ সৈতে অসামঞ্জস্য সম্পত্তি গঢ়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে অসম অসামৰিক সেৱাৰ বিষয়া চাইবুৰ ৰহমানক।

চাইবুৰ ৰহমানৰ বিৰুদ্ধে দুৰ্নীতি প্ৰতিৰোধ (সংশোধনী) আইন ২০১৮ ৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল।

এ চি এছ বিষয়াজনৰ বিৰুদ্ধে তথ্য পোৱাৰ পিছতে Case no- 01/ 2021/ U/S 420/ 406/ 409 IPC R/W sec 13(1)(b)/ 2(c) গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হয়।

Leave a Comment