fbpx
অসমীয়াৰাষ্ট্ৰীয়

কাৰাগাৰৰ কুঠৰীতে পাৰ হ’ব মনীষ ছিচ’ডিয়াৰ হোলী! পুনৰ দুদিন বৃদ্ধি CBI জিম্মাৰ ম্যাদ…

নিউজ ডেস্কঃ হোলীৰ বতৰত কাৰাবন্দী হৈয়ে পাৰ কৰিব লাগিব দিল্লীৰ সদ্য প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ’ডিয়াৰ।

পুনৰ দুদিন বৃদ্ধি ছিচ’ডিয়াৰ চিবিআই জিম্মাৰ ম্যাদ।

দিল্লীৰ সুৰা নীতি কেলেংকাৰীত যোৱা দেওবাৰে চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল আপ নেতাগৰাকীক।

ইয়াৰ পিছত দিল্লী উচ্চ ন্যায়ালয়ে ছিচ’ডিয়াৰ জামিন আবেদন খাৰিজ কৰাৰ পিছত উচ্চতম ন্যায়ালয়তো মুখ থেকেচা খাবলগীয়া হয় তেওঁ।

আনহাতে জামিন আবেদন খাৰিজ হোৱাৰ পিছতে দিল্লীৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে মনীষ ছিচ’ডিয়াই।

ইফালে চিবিআইয়ে বে-আইনীভাৱে তথ্য প্ৰমাণ নোহোৱাকৈ গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰিছে ছিচ’ডিয়াই।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!