fbpx
অসমীয়াঅসম

কামত নতুনকৈ যোগদানৰ দিনাই অঘটন! গাৰ ওপৰত গধুৰ পাইপ পৰি মৃত্যু শ্ৰমিক শৰত বৰাৰ…

নিউজ ডেস্কঃ নুমলীগড় তেল শোধানাগাৰত অঘটন।

কৰ্মৰত অৱস্থাতে মৃত্যু এজন শ্ৰমিকৰ।

গধুৰ পাইপৰ হেঁচাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল শ্ৰমিকজনে।

নিহত শ্ৰমিকজনৰ পৰিচয় বোকাখাত কুৰুৱাবাহীৰ শৰত বৰা বুলি জানিব পৰা গৈছে।

পাঞ্জাৱ ইঞ্জিনিয়াৰিং নামৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল শৰত।

মঙলবাৰে নতুনকৈ কামত যোগদান কৰিছিল যুৱকজনে।

কিন্তু সেইদিনাই সংঘটিত দুৰ্ঘটনাই মৃত্যু মাতি আনে যুৱকজনলৈ।

Related Articles

Back to top button