অসম

কাইলৈ ঘোষণা হ’ব ২৬ হাজাৰ চাকৰিৰ চতুৰ্থ বৰ্গৰ ফলাফল, ঘোষণা মুখ্যমন্ত্ৰীৰ…

ৰাজ্যৰ নিবনুৱা সকলৰ বাবে এক ডাঙৰ খবৰ।

কাইলৈ ঘোষণা হ’ব বহু প্ৰত্যাশিত ২৬ হাজাৰ চাকৰিৰ চতুৰ্থ বৰ্গৰ ফলাফল।

সোমবাৰে টুইটাৰযোগে এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, ৰাজ্যত পৃথকে পৃথকে অনুষ্ঠিত হৈছিল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা।

এই পৰীক্ষাত ৰাজ্যৰ প্ৰায় ১৪ লাখ নিবনুৱাই অৱতীৰ্ণ হৈছিল।

Related Articles

Back to top button