কাইলৈ গুৱাহাটীত বন্ধ থাকিব পেট্ৰ’ল পাম্প, সোমবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধৰ হুংকাৰ…

গুৱাহাটী মহানগৰবাসীৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ।

কাইলৈৰ পৰা গুৱাহাটীত নাপাব পেট্ৰ’ল-ডিজেল।

কিয়নো নৰ্থ-ইষ্ট পেট্ৰ’লিয়াম ডিলাৰ্ছ এছ’চিয়েশ্যনে ঘোষণা কৰিছে প্ৰতিবাদী কাৰ্যসূচী।

১৩ মে’ৰ পুৱা ৫ বজাৰ পৰা ১৪ মে’ৰ পুৱা ৫ বজালৈ বন্ধ থাকিব পেট্ৰ’ল পাম্প।

১৫ মে’ত সমস্যা সমাধান নহ’লে অনিৰ্দিষ্টকাললৈ বন্ধৰ হুংকাৰ।

১৬ মে’ৰ পুৱা ৫ বজাৰ পৰা অনিৰ্দিষ্টকাললৈ পেট্ৰ’ল পাম্প বন্ধ কৰি দিয়াৰ ঘোষণা।

Leave a Comment