ক’লৈ গ’ল পপী বড়ো গগৈ? মাতৃক বিচাৰি কণমানি সন্তানৰ হাহাকাৰ…

ক’লৈ গ’ল বোৱাৰী পপী বড়ো? মাতৃক বিচাৰি কণমানি সন্তানৰ হাহাকাৰ।

তিনিচুকীয়াৰ লক্ষীপথাৰ পানধোৱা গাঁৱৰ এগৰাকী বোৱাৰী সন্ধানহীন।

৬ জুনৰ পৰা সন্ধানহীন হৈ আছে বোৱাৰীগৰাকী।

photo 2022 06 15 12 58 04
ক’লৈ গ’ল পপী বড়ো গগৈ? মাতৃক বিচাৰি কণমানি সন্তানৰ হাহাকাৰ... 2

পানধোৱা গাঁৱৰ দীপজ্যোতি গগৈৰ পত্নী পপী বড়ো গগৈ।

ইপিনে মাতৃক কাষত নাপায় হাহাকাৰ কৰিছে ৯ বছৰীয়া পুত্ৰ সন্তান।

উল্লেখ্য যে, চিকিত্‍সাৰ বাবে ৬ জুনত ডিগবৈ লৈ গৈছিল পপী।

চিকিৎসালয়লৈ গৈ আজিলৈ উভতি অহা নাই বোৱাৰীগৰাকী।