ক’ভিডৰ ব্যাপক সংক্ৰমণঃ পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান…

ৰাজ্যত প্ৰতিদিনে ভয়াৱহভাৱে বৃদ্ধি হৈছে ক’ভিডৰ সংক্ৰমণ।

বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যটক সকলৰ বাবে বন্ধ কৰি দিয়া হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান

এক জাননীযোগে ওৰাং ৰাষ্ট্ৰীয় উদ্যান বন্ধ ৰখাৰ কথা ঘোষণা কৰে উদ্যান কৰ্তৃপক্ষই।

ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত পৰ্যটক সকলৰ বাবে ওৰাং ৰাষ্ট্ৰীয় উদ্যান বন্ধ ৰখাৰ কথা ঘোষণা কৰে।

বৃহস্পতিবাৰৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকসকলৰ বাবে বন্ধ থাকিব।

দৰং জিলা উপায়ুক্তই ৰাষ্ট্ৰীয় উদ্যানখন সাময়িকভাৱে পৰ্যটক সকলৰ বাবে বন্ধ ৰখাৰ জাননী জাৰি কৰে।

Leave a Comment