অসম
কণ্ঠশিল্পী নিলোৎপল বৰাৰ সাফল্য! কমৱেল্থ গেমছত বাজি উঠিল নীলোৎপল বৰাৰ ‘চাব্বাছ’…

কণ্ঠশিল্পী নিলোৎপল বৰাৰ সাফল্য!
নীলোৎপল বৰাৰ গীত ‘চাব্বাছ’ কমনৱেলথ গেমছৰ ভাৰতীয় এথলিটৰ এনথেম হিচাপে বিবেচিত হৈছে।
কমৱেল্থ গেমছত ভাৰতীয় এথলিট সকলক উৎসাহ যোগোৱাৰ নিমিত্তে বাজি উঠিল নীলোৎপল বৰাৰ ‘চাব্বাছ’ শীৰ্ষক গানটো ৷

নীলোৎপল বৰাই নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেল ফেচবুক আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে এই খবৰটো অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিছে ৷
খবৰটো বিয়পি পৰাৰ লগে লগেই শুভকামনাৰে ভৰি পৰে তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেল ৷