fbpx
অসম

কটনত নিষিদ্ধ হ’ল সদৌ অসম ছাত্ৰ সন্থা..!

কটনত নিষিদ্ধ হ’ল সদৌ অসম ছাত্ৰ সন্থা।

কটন বিশ্ববিদ্যালয়ৰ আছু গোটৰ সমূহীয়া অব্যাহতি।

বৰ্তমান কটনত আছুৰ কোনো গোট নাই।

জানিব পৰা মতে, কেন্দ্ৰীয় নেতৃত্বৰে সাংগঠনিক মতবিৰোধৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ।

সদৌ অসম ছাত্ৰ সন্থা অৰ্থাৎ আছুৰ বেনাৰত কটনত কোনোধৰণৰ অনুষ্ঠান পাতিব নোৱাৰিব বুলিও ঘোষণা।

আছুৰ কেন্দ্ৰীয় সমিতিয়ে দীৰ্ঘ সময়ৰ পৰা কটন বিশ্ববিদ্যালয়ক বঞ্চনা কৰি অহাৰো উত্থাপন হৈছে অভিযোগ।

Related Articles

Back to top button