ঔষধ চুৰিৰ অপৰাধত GMCHৰ মাল্টি স্পিচিয়েলিটি হাস্পাতালতৰ ফাৰ্মাচিষ্টক আটক…

ঔষধ চুৰিৰ অপৰাধত GMCHৰ মাল্টি স্পিচিয়েলিটি হাস্পাতালতৰ ফাৰ্মাচিষ্টক আটক।

GMCHৰ মাল্টি স্পিচিয়েলিটি হাস্পতালত ঔষধ চুৰিৰ ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধত ৰঙাঘৰৰ আলহী হৈছে এগৰাকী ফাৰ্মাচিষ্ট।

মঙলবাৰে সংঘটিত হৈছে এই ঘটনা।

মাল্টি স্পিচিয়েলিটি হাস্পাতালতৰ ফাৰ্মাচিষ্ট মৃদুল ডেকাক ভঙাগড় থানাত ৰখা হৈছে।

ফাৰ্মাচিৰ ঔষধ চুৰিৰ অপৰাধত আটক মৃদুল ডেকাক বৰ্তমানেও সোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে।

উল্লেখ্য যে, ফাৰ্মাচীৰ পৰা বিনামূলীয়া ঔষধ চুৰি কৰি বজাৰত বিক্ৰী কৰা বুলি অভিযোগ আছে মৃদুল ডেকাৰ বিৰুদ্ধে।

Leave a Comment