fbpx
অসম

এমাহতে আমুৱালে! গাৰ পৰা মাহ-হালধিৰ গোন্ধ নৌযাওতেই স্বামীক এৰি প্ৰেমিকৰ সৈতে পলাল ন-বোৱাৰী…

এইবাৰ প্ৰেমিকৰ ৰ’য়েল এনফিল্ডত উঠি স্বামী ঘৰৰ পদুলিৰ পৰা পলাল ন-বোৱাৰী।

গাৰ পৰা মাহ-হালধিৰ গোন্ধ নৌযাওতেই স্বামীক এৰি প্ৰেমিকৰ সৈতে পলাল ন-বোৱাৰী।

মেকআপ কৰি ভালপোৱা মডেল বোৱাৰী স্বামীক এৰি পলাই গ’ল এইবাৰ বেষ্ট ফ্ৰেণ্ডৰ লগত।

৩৩ দিন পূৰ্বে নিজৰ পচন্দৰ লৰাৰ লগত হৈছিল বিয়া। পিছে মন ভৰাব নোৱাৰিলে নকইনা মডেল পত্নীৰ।

এই ঘটনাটো তিতাবৰৰ মেলামাটিৰ।

জানিব পৰামতে, ৩৩ দিন পূৰ্বে ডিব্ৰুগড় দক্ষিণ আমোপট্টিৰ ৰেহনাজ ৰহমান নামৰ যুৱতীগৰাকীক সামাজিক নীতি-নিয়মেৰে জীৱন সংগী কৰি আনিছিল তিতাবৰ মেলামাটিৰ আখতাৰ ৰাজাই।

উল্লেখ্য যে, ন-কইনাৰ বেষ্ট ফ্ৰেণ্ডৰ পৰিয়ালে নাজানিছিল বোৱাৰী বুলি জানে জোৰণ পিন্ধোৱা হৈছিল বুলিহে। পিছত বেষ্ট ফ্ৰেণ্ডক সোধাত সিও হেনো বোৱাৰী বুলি নাজানে।

ঘটনা জানিব পাৰি ৰাজাৰ পৰিয়ালত লাগিল হাহাকাৰ পিছত কাষ চাপিল তিতাবৰ আৰক্ষীৰ।

আৰক্ষীয়ে কইনাৰ বেষ্ট ফ্ৰেণ্ড লক্ষিমপুৰৰ নিতাফ হুছেইনৰ সৈতে ন-বোৱাৰীক মৰিয়নীৰ পৰা আটক কৰি থানালৈ লৈ আনে।

ইপিনে ঘটনা সন্দৰ্ভত স্বামীয়ে কয়- মই অফিচ গ’লে তাই ফোনত WAITING থাকে। ফ্ৰীজত সোমোৱাৰ পৰা মই নিজেই SAFE হোৱাটোৱে ভাল।

Related Articles

Back to top button