এন এফ ৰে’লৱেত যোগদান অসম কন্যা সাঁতোৰবিদ শিৱাংগী শৰ্মা আৰু আস্থা চৌধুৰীৰ…

নিউজ ডেস্কঃ এন এফ ৰে’লৱেৰ চাকৰিত যোগদান কৰিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰবিদ শিৱাংগী শৰ্মা আৰু আস্থা চৌধুৰীয়ে।

শুকুৰবাৰে মালিগাঁৱৰ এন এফ ৰে’লৱেৰ মুখ্য কাৰ্যালয়ত দুয়োগৰাকী সাঁতোৰবিদে যোগদান কৰে চাকৰিত।

image 51
এন এফ ৰে’লৱেত যোগদান অসম কন্যা সাঁতোৰবিদ শিৱাংগী শৰ্মা আৰু আস্থা চৌধুৰীৰ… 3

উল্লেখ্য যে, অলপতে ৭৪ সংখ্যক ছিনিয়ৰ নেশ্যনেল একুৱেটিক চেম্পিয়নশ্বিপত তিনিটাকৈ সোণৰ পদক ল কৰিবলৈ সক্ষম হৈছিল অসম কন্যা শিংৱাগীয়ে।

image 52
এন এফ ৰে’লৱেত যোগদান অসম কন্যা সাঁতোৰবিদ শিৱাংগী শৰ্মা আৰু আস্থা চৌধুৰীৰ… 4

ইফালে আস্থা চৌধুৰীয়ে ১০০ মিটাৰ সাঁতোৰত সোণ, ৫০ মিটাৰ সাঁতোৰত ৰূপ আৰু ২০০ মিটাৰ সাঁতোৰত পদক লাভ কৰি অসমবাসীক গৌৰৱাম্বিত কৰিছিল।