এতিয়াৰে পৰা গাঁৱত ব্যৱসায় কৰিবলৈ নালাগে ট্ৰেড লাইচেন্সঃ মুখ্যমন্ত্ৰী…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা।

এতিয়াৰে পৰা গাঁৱত ব্যৱসায় কৰিবলৈ নালাগে ট্ৰেড লাইচেন্স।

লগতে প্ৰয়োজন নহ’ব গাঁওবুঢ়া, পঞ্চায়ত সভাপতিৰ প্ৰমাণ পত্ৰও।

পঞ্চায়ত এলেকাত সুৰাৰ বিপনী আৰু বাৰৰ বাহিৰে আন আন দোকানৰ বাবে নালাগে ট্ৰেড লাইচেন্স।

মাছখোৱাত অনুষ্ঠিত হোৱা এক দলীয় সভাত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

Leave a Comment