অসম
এছিয়ান এলিট বক্সিং চেম্পিয়নশ্বিপত অসম সন্তান শিৱ থাপাৰ ৰূপৰ পদক লাভ…

পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল অসম সন্তান।
এছিয়ান এলিট বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰিলে শিৱ থাপাই।
ফাইনেলৰ ৬৩.৫ কিলোগ্ৰাম ওজনৰ শাখাত ৰূপৰ পদক লাভ।
উজবেকিস্তানৰ আব্দুল্লায়েভ ৰুছলানৰ হাতত পৰাস্ত হৈ ৰূপতে ক্ষান্ত থাকিবল’গীয়া হ’ল থাপা।