একনাথ সিন্দে হ’ব মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী, আজিয়েই ল’ব শপত…

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ঘোষণা কৰা হ’ল মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ নাম।

একনাথ সিন্দে হ’ব মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী।

আজি অৰ্থাৎ বৃহস্পতিবাৰে সন্ধিয়া ৭.৩০ বজাত ল’ব শপত গ্ৰহণ কৰিব একনাখ সিন্দেই।

দেৱেন্দ্ৰ ফাড়নাবিশে কৰিলে এই ঘোষণা।

শক্তিৰ বাবে নহয় হিন্দুত্বক আগবঢ়াই নিবৰ বাবেহে এই সিদ্ধান্ত বুলি মন্তব্য।