অসম

এইবাৰ চাইবাৰ অপৰাধীৰ লক্ষ্য হোজাই জিলা উপায়ুক্ত, অনুপম চৌধুৰীৰ নামত দুৰ্বৃত্তই খুলিছে WhatsApp একাউণ্ট

এইবাৰ চাইবাৰ অপৰাধীৰ লক্ষ্য হোজাই জিলা উপায়ুক্ত।

জাইৰ উপায়ুক্ত অনুপম চৌধুৰীৰ নামত কোনো দুৰ্বৃত্তই খুলিছে WhatsApp একাউন্ট।

778704137 নম্বৰটোৰে উপায়ুক্তৰ নামত খোলা হৈছে WhatsApp একাউন্ট ৷

তেওঁৰ ফটো সংলগ্ন কৰি খোলা হৈছে এই একাউন্টটো৷

এই কথা সামাজিক মাধ্যমত অৱগত কৰিছে হোজাইৰ উপায়ুক্ত গৰাকীয়ে৷

জিলাভিত্তিত থকা #WhatsApp গ্ৰুপত ষ্টেটাছ দিছে উপায়ুক্তগৰাকীয়ে ৷

ঘটনাক লৈ হোজাই আৰক্ষীৰ তদন্ত অব্যাহত।

এই ঘটনাক কেন্দ্ৰ কৰি হোজাইৰ বিভিন্ন দল সংগঠনাৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷

সকলোকে সাৱধান হৈ থকাৰ লগতে দোষিক কৰায়ত্ব কৰাৰো জনাইছে আহ্বান।

Related Articles

Back to top button