উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নতুন সংযোজন, পৰ্যটকৰ বাবে ভিষ্টাডোম ৰে’ল সেৱা মুকলি…

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নতুন সংযোজন।

পৰ্যটকৰ বাবে উত্তৰ-পূব সিমান্ত ৰে’লৱেই আৰম্ভ কৰিছে নতুন অত্যাধুনিক ৰে’ল সেৱা।

 উত্তৰ-পূবত প্ৰথমবাৰৰ বাবে আৰম্ভ হোৱাৰ দিশে ভিষ্টাডোম ৰে’ল সেৱা।

গুৱাহাটী আৰু নিউ হাফলং মাজত চলিব এই ভিষ্টাডোম ৰে’ল।

অহা শনিবাৰে গুৱাহাটী ষ্টেচনৰ পৰা চলিব ভিষ্টাডোম ৰে’ল।

QaiZCsvw?format=jpg&name=small

প্ৰতি শনিবাৰ আৰু বুধবাৰে পৰ্যটকৰ বাবে চলিব এই বিশেষ ৰে’ল।

পুৱা ৬.৩৫ বজাত হাফলঙলৈ যাত্ৰা আৰম্ভ কৰিব আৰু উভতনি যাত্ৰা আৰম্ভ কৰিব বিয়লি ৫ বজাত।

গুৱহাটী ষ্টেচন পবহি নিশা ১১ বজাত।

WiFi, cctv, অত্যাধুনিক প্ৰস্ৰাৱগাৰ, ডিজিটেল ডিচপ্লেৰ লগতে যাত্ৰীসকলৰ বাবে বিনোদনৰো ব্যৱস্থা ৰখা হৈছে ভিষ্টাডোমত।

ভিষ্টাডোমৰ ভাড়া ৱান ৱেত ১,১৩০ টকা হ’ব।

Leave a Comment