fbpx
অসম

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ সূচী সালসলনি…

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ সূচী সালসলনি।

চাৰিটা দিনৰ ছয় টা বিষয়ৰ পৰীক্ষাৰ নতুন সময়সূচী ঘোষণা কৰা হয়।

সময় সালসলনি হোৱা বিষয় কেইটা হ’ল- ইংৰাজী, বিহু, গণিত আৰু একেটা দিনতে অনুষ্ঠিত হব লগা অৰ্থনীতি, ভুগোল আৰু সংগীত।

সেই অনুসৰি, ৪ মে’ত অনুষ্ঠিত হ’বলগীয়া ইংৰাজীৰ পৰীক্ষা অনুষ্ঠিত হ’ব ৩০মে’ত।

৪ মে’ৰ সলনি বিহু বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব ৩০মে’ পিছবেলা।

Screenshot 2022 04 18 220406

১৯ মে’ৰ অৰ্থনীতি, ভুগোল আৰু সংগীতৰ পৰীক্ষা হ’ব ৩১ মে’ৰ আগবেলা।

১৯ মে’ৰ গণিতৰ পৰীক্ষা অনুষ্ঠিত হ’ব ৩১ মে’ পিছবেলা।

আগবেলাৰ সময় পুৱা ৯ বজাৰ পৰা ১২ বজালৈ আৰু পিছবেলাৰ পৰীক্ষা অনুষ্ঠিত হ’ব বিয়লি ১.৩০ৰ পৰা ৪.৩০ বজালৈ।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!