উচ্চতৰ মাধ্যমিকৰ ফলাফলঃ বাণিজ্য শাখাৰ শীৰ্ষত সাগৰ আগৰৱাল…সৱিশেষ

ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল।

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাণিজ্য শাখাৰ ১০টা স্থান প্ৰাপ্ত শিক্ষাৰ্থীসকল হৈছে।

প্ৰথম স্থানঃ সাগৰ আগৰৱাল

বিবেকানন্দ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কাছাৰ

মুঠ নম্বৰঃ ৪৮২

2 2 2
উচ্চতৰ মাধ্যমিকৰ ফলাফলঃ বাণিজ্য শাখাৰ শীৰ্ষত সাগৰ আগৰৱাল...সৱিশেষ 2

দ্বিতীয় স্থানঃ মানসজ্যোতি বৰঠাকুৰ

ক্রিচেণ্ট একাডেমী, যোৰহাট

মুঠ নম্বৰঃ ৪৭৬

তৃতীয় স্থানঃ নিখিল গুপ্তা

আৰ ডি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, তিনিচুকীয়া

মুঠ নম্বৰঃ ৪৭৪

চতুৰ্থ স্থানঃ নেন্সি খেটাৱাট

পি বি কলেজ, ধুবুৰী

মুঠ নম্বৰঃ ৪৭৩

চতুৰ্থ স্থানঃ প্রিয়াক্ষী ঘোষ

পি আৰ গভট হায়াৰ ছেকেণ্ডাৰী, গোৱালপাৰা

মুঠ নম্বৰঃ ৪৭৩

পঞ্চম স্থানঃ প্রথম আগৰৱালা

শিৱসাগৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, শিৱসাগৰ

মুঠ নম্বৰঃ ৪৭২

ষষ্ঠ স্থানঃ মৃণাল ৰয়

পি আৰ গভট উচ্চতৰ মাধ্যমিক বিদ্যালয়, গোৱালপাৰা

মুঠ নম্বৰঃ ৪৬৮

ষষ্ঠ স্থানঃ দীপক লোধা

কে চি দাস কমাৰ্চ কলেজ, কামৰূপ

মুঠ নম্বৰঃ ৪৬৮

সপ্তম স্থানঃ বন্দনা বলদেৱা

শিৱসাগৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, শিৱসাগৰ

মুঠ নম্বৰঃ ৪৬৬

অষ্টম স্থানঃ ছিমৰাণ ছুৰাণা

নগাঁও গভট বয়জ উচ্চতৰ মাধ্যমিক বিদ্যালয়

মুঠ নম্বৰঃ ৪৬৫

নৱম স্থানঃ চন্দন বৰা

গীতাঞ্জলি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও

মুঠ নম্বৰঃ ৪৬১

দশম স্থানঃ প্রিয়াংশু দাস

সোণাৰি কমাৰ্চ কলেজ, চৰাইদেউ

মুঠ নম্বৰঃ 460