অসম
ঈদৰ আনন্দৰ মাজতে অঘটন! দ’ খাৱৈত বাগৰিল ছুইফ্ট ডিজায়াৰ, গুৰুতৰভাৱে আহত ৩জন…

ঈদৰ আনন্দৰ মাজতে অঘটন।
দ’ খাৱৈত বাগৰিল ছুইফ্ট ডিজায়াৰ বাহন।
দৰঙৰ বেছিমাৰীত সংঘটিত হৈছে এই ভয়ংকৰ পথ দূৰ্ঘটনা৷
লালপুলৰ পৰা দলগাঁৱলৈ গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো।
দ’ খাৱৈত বাগৰিল তীব্ৰবেগী AS 13 M 3822 নম্বৰৰ ছুইফ্ট ডিজায়াৰ৷
স্থানীয় ৰাইজে দুৰ্ঘটনাগ্ৰস্ত বাহন খনৰ পৰা চাৰিগৰাকী যাত্ৰীক উদ্ধাৰ কৰে।
গুৰুতৰভাৱে আহত তিনিজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।