fbpx
অসম

আৰক্ষীৰ বৃহৎ সফলতা! আৰক্ষীৰ জালত ENNGৰ ৩ দুৰ্ধৰ্ষ কেডাৰ…

তিনিচুকীয়া সদৰ আৰক্ষীৰ বৃহৎ সফলতা।

আৰক্ষীৰ জালত ENNGৰ ৩ দুৰ্ধৰ্ষ কেডাৰ।

অৰুণাচল আৰক্ষীৰ সহযোগত তিনিচুকীয়া আৰক্ষীয়ে চলাইছিল অভিযান।

আৰক্ষীৰ জালত আহন ঙদাম, আৱানী ঙদাম আৰু সংগাম ঙদাম।

ধৃত তিনিজনৰ পৰা এটা .32 পিষ্টলসহ সক্ৰিয় গুলী জব্দ কৰিছে আৰক্ষীয়ে।

Related Articles

Back to top button