আৰক্ষীৰ জালত ২ কুখ্যাত চাইবাৰ অপৰাধী…

বটদ্ৰৱা আৰক্ষীৰ বৃহৎ সাফল্য।

আৰক্ষীৰ জালত ২ কুখ্যাত চাইবাৰ অপৰাধী।

নুৰজামাল গাজী আৰু মোস্তাফা আহমেদক গ্ৰেপ্তাৰ।

দুয়োৰে ঘৰ ধিঙৰ ওপৰ ডুমডুমীয়াত।

দুয়োৰে পৰা উদ্ধাৰ লেপটপ, কম্পিউটাৰ, আপত্তিজনক নথিপত্ৰ, পেনড্ৰাইভ, ছীমকাৰ্ড, ATM, আৰু ছীল মোহৰ উদ্ধাৰ।