fbpx
অসম

আৰক্ষীৰ জালত মোষ্ট ৱাণ্টেড অপৰাধী ৰফিকুল ইছলাম…

অৱশেষত আৰক্ষীৰ জালত মোষ্ট ৱাণ্টেড অপৰাধী ৰফিকুল ইছলাম।

চামগুৰিত খাটোৱাল আৰক্ষীৰ জালত পৰে কুখ্যাত অপৰাধী ৰফিকুলে।

২০১৭ চনৰ পৰা একাধিক গোচৰত অভিযুক্ত ৰফিকুল পলাতক অৱস্থাত আছিল।

অৱশেষত শুকুৰবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৰফিকুলক।

মাটিৰ দালালিৰ লগতে আৰক্ষী বিষয়াৰ নামটো দীৰ্ঘদিন ধৰি কৰি আহিছিল দালালি।

খাটোৱাল আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীকো ভাবুকি প্ৰদানৰ অভিযোগ।

শুকুৰবাৰে নিশা ৰফিকুলৰ খাটোৱালৰ গেৰুৱাআটিৰ বাসগৃহত অভিযান চলাই কুখ্যাত কৰায়ত্ব কৰে আৰক্ষীয়ে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!