fbpx
অসম

আৰক্ষীৰ জালত নতুনকৈ গঠন হোৱা উগ্ৰপন্থী সংগঠন GCLOৰ ৬ সদস্য…

আৰক্ষীৰ জালত নতুনকৈ গঠন হোৱা উগ্ৰপন্থী সংগঠন GCLOৰ কেডাৰ।

গোসাইগাঁৱত আটক হৈছে উগ্ৰপন্থী সংগঠন GCLOৰ ৬ সদস্য।

KLOৰে শান্তি আলোচনা যোগাত্মক নহ’লে কূটাঘাতৰ হুংকাৰ দিছিল GCLO-এ।

আটকাধীন ৬ সদস্য হৈছে- সঞ্জীৱ ৰায়, গৌতম ৰায়, উত্তম ৰায়, মনোজ ৰায়, অভিজিৎ বশিষ্ঠ আৰু দ্বীপেছ ৰায়।

জীৱন সিংহৰ প্ৰত্যাৱৰ্তনৰ পাছতে আত্মপ্ৰকাশ ঘটিছিল GCLOৰ।

উল্লেখ্য যে, কিছিদিন পূৰ্বে পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীৰে গঠন হৈছিল GCLOৰ নামেৰে এটা নতুন উগ্ৰপন্থী সংগঠন।

Related Articles

Back to top button