আৰক্ষীৰ জালত গাঞ্জা ব্যৱসায়ী, জব্দ ২.৫ কিলোগ্ৰাম গাঞ্জা…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

অসম আৰ৭ীৰ অভিযানত প্ৰায় প্ৰতিদিনে জব্দ হৈছে নিচাজাতীয় সামগ্ৰী।

এইবাৰ জুৰীয়াৰ চতিয়ানত মাজনিশা আৰক্ষীৰ অভিযান।

আৰক্ষীৰ অভিযানত গাঞ্জাসহ আটক জাকিৰ হুছেইন নামৰ এটা গাঞ্জাব্যৱসায়ী।

গাঞ্জাব্যৱসায়ীটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে 2.5 কেজি গাঞ্জা।

সম্প্ৰতি জুৰীয়া আৰক্ষীয়ে গাঞ্জাব্যসায়ীটোক জেৰা অব্যাহত ৰাখিছে।

Leave a Comment