fbpx
অসম

আৰক্ষীৰ জালত আলফা (স্বাঃ)ৰ কেডাৰ সন্তোষ লামা ওৰফে আপা অসম…

অসমীয়া যুৱক-যুৱতীৰ মাজত বৃদ্ধি পাইছে অৰণ্য গমনৰ প্ৰৱনতা।

বিগত কিছুদিনৰ পৰা অসমীয়া যুৱক-যুৱতীয়ে আলফা স্বাধীনত যোগ দিয়াৰ দৈনিক খবৰ প্ৰকাশ পাইছে।

ইয়াৰ মাজতে এইবাৰ আৰক্ষীৰ জালত পৰিছে এগৰাকী আলফা কেডাৰ।

সন্তোষ লামা ওৰফে আপা অসমক আটক কৰিছে অসম আৰক্ষীয়ে।

তিনিচুকীয়াৰ জাগুনৰ টিংকুপানী বনাঞ্চলত সমীপত অসম আৰক্ষীয়ে চলাইছিল অভিযান।

ধৃত কেডাৰজন দুৱাৰমৰা বালিজান গাঁৱৰ।

২০২১ চনত আলফা স্বাধীনত যোগদান কৰিছিল সন্তোষ লামা ওৰফে আপা অসমে।

অসম আৰক্ষী আৰু ১৯ নং অসম ৰাইফলছৰ অভিযানত আটক হয় আপা অসম।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!