আৰক্ষীৰ অভিযানত জব্দ কেইবাটাও নকল খড়্গ, ৫ জনক আটক…

আৰক্ষীৰ অভিযানত জব্দ কেইবাটাও নকল খড়্গ।

 বিশ্বনাথ চাৰিআলিত নকল গড়ৰ খড়্গসহ গ্ৰেপ্তাৰ পাঁচজন লোক।

নকল খড়্গ বিক্ৰী কৰিবলৈ চেষ্টা চলাওতেই বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বেপাৰী কেইটাক।

বৃহস্পতিবাৰে পুৱাই ভুৱা খড়্গ বেপাৰী কেইটাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

গ্ৰেপ্তাৰ কৰা বেপাৰী কেইটা ক্ৰমে আচলাম শ্বেখ, হামিদ শ্বেখ, ঘনশ্যাম গুপ্তা, মণ্টু চমুৱা আৰু জমিৰ ধালী বুলি আৰক্ষীৰ পৰা জানিব পৰা গৈছে৷

Leave a Comment