fbpx
অসম

আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ তিনি কুখ্যাত ডকাইত…

ৰূপহীহাট আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ তিনি কুখ্যাত ডকাইত।

ধৃত ডকাইত কেইটা জিয়াউৰ ৰহমান, দিলদাৰ হুছেইন আৰু ইক্ৰামূল হক।

নগাঁৱৰ বাইপাছৰ এখন হোটেলত অত্মগোপন কৰি অৱস্থাত অভিযান চলায় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ধৃত ডকাইত কেইটা বেংক ডকাইতি, গৰু চুৰি আদি বিভিন্ন গোচৰৰ সৈতে জড়িত আছিল।

ধৃত ডকাইত কেইটাৰপৰা বিধানসভাৰ পাছ সম্বলিত এখন স্কৰপিঅ’ বাহনো জব্দ কৰে আৰক্ষীয়ে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!