অসম
আৰক্ষীৰ অভিযানত গাতত পুতি থোৱা অৱস্থাত উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ…

আৰক্ষীৰ অভিযানত গাতত পুতি থোৱা অৱস্থাত উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ।
মাজবাটত পুনৰ সংঘটিত হৈছে অস্ত্ৰ উদ্ধাৰৰ ঘটনা।
আৰক্ষীৰ অভিযানত উদ্ধাৰ এটা AK 56 ৰাইফল সহ ২০ জাই সজীৱ গুলী।
বৃহস্পতিবাৰে সন্ধিয়া মাজবাটৰ চিকাৰিডাঙাত অভিযান চলাইছিল মাজবাট আৰক্ষীয়ে।
ওদালগুৰিৰ ASP আচূৰ্য্য জীৱন বৰুৱা , মাাজবাট থানাৰ OC ৰাজীৱ গোহাইৰ নেতৃত্বত চলিছিল এই অভিযান।
গাতত পুতি ৰখা অৱস্থাত উদ্ধাৰ অস্ত্ৰ খিনি।
বৰ্তমানেও অৰুণাচল সীমান্ত অঞ্চলটোৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।